0 votes
64 views
in Biology by (15.3k points)
ৰূপান্তৰিত মূলবোৰ শকত হোৱাৰ কাৰণ কি লিখা।

1 Answer

0 votes
by (137k points)
 
Best answer
উদ্ভিদৰ মূল সাধাৰণতে খাদ্য সঞ্চয় কৰি ৰাখিবলৈ ৰূপান্তৰিত হয়। সেইবাবে ৰূপান্তৰিত মূলবোৰ শকত হয়।
...