0 votes
114 views
in General Knowledge by (15.3k points)
অসমত থলুৱাভাৱে ব্যৱহাৰ কৰা মাছ মৰা সঁজুলিবিলাকৰ নাম লিখা।

1 Answer

0 votes
by (137k points)
 
Best answer
অসমত থলুৱাভাৱে মাছ মৰা সঁজুলি কেইবাবিধা আছে। সেইবোৰ হ'ল- জাকৈ, পল', জুলুকি, পঁচা, সাধাৰণ বৰশী, চকৰি লগোৱা বৰশী, বিবিধ প্ৰকাৰৰ জাল- যেনে খেউলী জাল, লাঙি জাল, টনি জাল, টাঙনি জাল, পাতি জাল, চেপা, বহাঁ, ডিঙৰা আদি। পানী আৰু মাছৰ অৱস্থা, পৰিবেশ অনুসৰি অসমৰ বেলেগ বেলেগ ঠাইত মাছ মাৰিবলৈ বেলেগ বেলেগ সঁজুলি ব্যৱহাৰ কৰা হয়। সকলো ঠাইত সকলো ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিব পৰা নাযায়।
...